২৩ ফেব্ৰুৱাৰী (ইংৰাজী: 23 February) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৫৪তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩১১টা দিন (অধিবৰ্ষত ৩১২ দিন) বাকী থাকে।
- ১৯১১ - তীৰ্থনাথ শৰ্মা, অসমীয়া শিক্ষাবিদ আৰু সাহিত্যিক।
- ১৯৫৭ - মামাং দাই, ভাৰতীয় কবি, ঔপন্যাসিক তথা সাংবাদিক।
- ১৯৫৮ - নাজনীন, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬০ - নাৰুহিট', জাপানৰ সম্ৰাট।
- ১৯৬৬ - ডিডিয়াৰ কুয়েলজ, ছুইছ জ্যোতিৰ্বিজ্ঞানী।
- ১৯৬৭ - অনুপমা চোপ্ৰা, ভাৰতীয় ছবি সমালোচক, লেখক আৰু সাংবাদিক।
- ১৯৬৯ - ভাগ্যশ্ৰী পটৱৰ্ধন, ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী।
- ১৯৮২ - কৰন সিং গ্ৰোভাৰ, ভাৰতীয় টেলিভিছনৰ অভিনেতা আৰু মডেল।
- ১৯৯৪ - তৃপ্তি ডিমৰি, ভাৰতীয় অভিনেত্ৰী।