ইছমাইল
অৱয়ব
ইছমাইল | |
---|---|
নবী, কুলপতি, আৰৱ পিতা, কাবাৰ স্থপতি, আৰৱ দূত | |
জন্ম | কানান |
মৃত্যু | আৰৱ উপদ্বীপ |
Venerated in | ইহুদি ধৰ্ম খ্ৰীষ্টান ধৰ্ম ইছলাম |
প্ৰভাৱিত | ইব্ৰাহিম |
ইছমাইল (আৰৱী: إسماعيل) কোৰআন আৰু বাইবেলত উল্লিখিত এক ঐতিহাসিক ব্যক্তি। মুছলিমসকলে বিশ্বাস কৰে যে, তেওঁ এজন নবী, আৰু তেওঁৰ সম্মানাৰ্থে তেওঁৰ নামোচ্চাৰণৰ সৈতে 'আলাইহিছ ছালাম' (সংক্ষেপে আঃ) বা 'শান্তি বৰ্ষিত হওক' উচ্চাৰণ কৰা হয়। তেওঁ ইব্ৰাহিমৰ সৰ্ৱপ্ৰথম সন্তান আৰু ইব্ৰাহিমৰ স্ত্ৰী হাজেৰাৰ গৰ্ভত তেওঁৰ জন্ম। বাইবেলৰ বৰ্ণনামতে তেওঁ ১৩৭ বছৰ বয়সত মৃত্যুবৰণ কৰিছিল।[1]
বাইবেলত উল্লেখ
[সম্পাদনা কৰক]বাইবেলত তেওঁৰ উল্লেখ ইশ্বমায়েল নামেৰে আছে, তাত তেওঁৰ পিতাৰ নাম উচ্চাৰিত হয় 'আব্ৰাহাম' হিচাপে।
ইছলাম ধৰ্মত উল্লেখ
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]বহিঃসংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত Ishmael সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Genealogy from Adam to the Twelve Tribes
- Ishmael in Islam
- The Jewish Encyclopedia: Ishmael.
- Biographical Study on Ishmael Archived 2007-01-04 at the Wayback Machine
- Ismael [1]
- Ishmael in Bahá'í Faith
- ↑ Fredrick E. Greenspahn (2005). Lindsay Jones. ed. Encyclopedia of Religion. 7. Macmillan Reference USA. পৃষ্ঠা. 4551-4552. ISBN 9780028657400. http://books.google.com/books?id=0jMOAQAAMAAJ&dq=Ishmael.